chabonChabuwa

Chabuk Dhara (English) [ IPA: chabuk dhara ASM: চাবুক ধৰা]
Contributed by: Anjali Sonowal on 2009-02-17
1. (Proper Noun-Common) One whose duty was to inflict punishment by whipping at the time of Assam king. Now it is a family title of Assam. অসম ৰজাৰ দিনত চাবুকৰ দ্বাৰা অপৰাধীক দণ্ড দিবলৈ এক শ্ৰেণীৰ মানুহ আছিল ।তেওঁলোকৰ ওপৰৰ বিষয়া জনক ‘চাবুক ধৰা বৰা’ বোলা হৈছিল ।বৰ্ত্তমান অসমৰ এটা উপাধি